অসমৰ পদ্ম বিজয়ী সকল --- ২০২১ (Thread/থ্ৰেড)
ভাৰতৰ দ্বিগজ ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু . @INCIndia ৰ জ্যেষ্ঠ নেতা স্বৰ্গীয় তৰুণ গগৈক মৰণোপ্ৰান্ত দেশৰ অন্যতম অসামৰিক সন্মান "পদ্মভূষণ" সন্মানৰে বিভূষীত কৰা হৈছে।
#PadmaAwards2021
#Padmabhushan
#TarunGogoi #Assam

অসমৰ প্ৰবীণ ৰাজনীতিবিদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ আৰু . @BJP4India ৰ জ্যেষ্ঠা নেত্ৰী শ্ৰদ্ধেয় শ্ৰীযুতা বিজয়া চক্ৰৱৰ্তী মহোদয়াক পদ্মশ্ৰী সন্মানেৰে বিভূষীত কৰিছে।
#PadmaShriAward
#BijoyaChakraborty
#Assam #অসম
#PadmaShriAward
#BijoyaChakraborty
#Assam #অসম
ডাইনী হত্যাৰ বিৰুদ্ধে চলাই অহা সামাজিক সংস্কৰণ প্ৰক্ৰিয়াৰ অন্যতম নাম শ্ৰদ্ধেয় শ্ৰীযুতা বীৰুবালা ৰাভা মহোদয়া! তেখেতৰ এই অমূল্য অৱদানক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষীত কৰিছে।
#witchhunt #superstition #Padmashri #Goalpara #Assam
#witchhunt #superstition #Padmashri #Goalpara #Assam
কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ মূল উদ্দেশ্য মহিলা সৱলীকৰণ আৰু বেকিংৰ মাধ্যমেৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেনীৰ মহিলাসকলক বিত্তীয় শিক্ষাদান দিয়া। শ্ৰদ্ধেয় শ্ৰীযুতা লখিমী বৰুৱা মহোদয়াৰ নেতৃত্ব এই প্ৰতিষ্ঠানে কৰা আমূল পৰিবৰ্তনক সন্মান জনাই বাইদেউক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে।
শ্ৰদ্ধেয় শ্ৰীযুত মংগল সিং হাজোৱাৰী মহোদয়ে বড়ো সাহিত্যৰ প্ৰতি আগবঢ়োৱা অমূল্য অৱদানক সন্মান জনাই তেখেতক পদ্মশ্ৰী সন্মানেৰে বিভূষীত কৰিলে।
#PadmaAwards #padmashri #bodo #literature #bodosahityasabha . @Pramodboro1
#PadmaAwards #padmashri #bodo #literature #bodosahityasabha . @Pramodboro1
অসমৰ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় শ্ৰীযুত ইমৰাণ শ্বাহ মহোদয়ে অসমীয়া সাহিত্য জগতক চহকী কৰাত আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে তেখেতক পদ্মশ্ৰী সন্মানেৰে বিভূষীত কৰিছে।
#Sibsagar #Padmashri #literature #Assam #SahityaSabha #অসম
#Sibsagar #Padmashri #literature #Assam #SahityaSabha #অসম
ঝুমুৰ সম্ৰাট শ্ৰদ্ধেয় শ্ৰীযুত দুলাল মানকি ডাঙৰীয়াই চাহ জনজাতিৰ লোকগীত তথা অসমীয়া সাংস্কৃতিক জগতক আগবঢ়ৱো বৰেণ্য অৱদানৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে।
#অসম #ঝুমুৰ #লোকগীত #teatribe
#Padmashri #PadmaAwards2021
#অসম #ঝুমুৰ #লোকগীত #teatribe
#Padmashri #PadmaAwards2021
অসমৰ বিশিষ্ট সাংবাইক শ্ৰদ্ধেয় শ্ৰীযুত ৰোমন শৰ্মা দেৱক সাহিত্য তথা শিক্ষাগত সাংবাদিকতা আৰু আৰু শ্ৰদ্ধেয় শ্ৰীযুত গোপীৰাম বৰগায়ন বুঢ়াভকত দেৱকো কলা আৰু সংস্কৃতিৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষীত কৰা হৈছে
ক্ষমাপ্ৰাৰ্থনা: এওঁলোকৰ আলোকচিত্ৰ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে বিশেষ দিয়া নহ'ল
ক্ষমাপ্ৰাৰ্থনা: এওঁলোকৰ আলোকচিত্ৰ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে বিশেষ দিয়া নহ'ল
Read on Twitter